सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যি আকাৰ, প্রকাৰ, গুণ আদিত কাৰোবাৰ বা কিহবাৰ সমান যেন লাগে
उदाहरण : মোহন নিজৰ দেউতাকৰ প্রতিৰূপ এই খেলনাটো এই আনটো খেলনাৰ প্রতিৰূপ
अर्थ : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু
उदाहरण : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে
पर्यायवाची : অনুকৃতি, নকল, প্রতিকৃতি
इंस्टॉल करें