सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
उदाहरण : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
पर्यायवाची : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
अर्थ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
उदाहरण : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
पर्यायवाची : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
अर्थ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
उदाहरण : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
अर्थ : সামান্য মিল থকা
उदाहरण : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
पर्यायवाची : আভা, আভাস
इंस्टॉल करें