अर्थ : বিদ্যালয়ৰ গুৰিয়াল শিক্ষক
उदाहरण :
গণতন্ত্র দিৱসত আমাৰ বিদ্যালয়ৰ প্রধান শিক্ষকে পতাকা উত্তোলন কৰিছিল
पर्यायवाची : প্রধান আচার্য, প্রধান শিক্ষক, মুখ্য-অধ্যাপক, হেডপণ্ডিত, হেডমাষ্টৰ
अर्थ : কোনো বিদ্যালয়ৰ শিক্ষকসকলৰ প্রধান
उदाहरण :
পণ্ডিত ৰাম মনোহৰদেৱ এই বিদ্যালয়ৰ প্রধান শিক্ষক
पर्यायवाची : প্রধান আচার্য, প্রধান শিক্ষক, প্রিন্সিপাল, হেড পণ্ডিত, হেড মাষ্টৰ, ্হেডমাষ্টাৰ