अर्थ : যাৰ সত্যাসত্য নিৰূপণ কৰা হৈছে
उदाहरण :
আবেদন পত্রৰ লগত চৰিত্রৰ প্রমাণিত প্রতিলিপি এখন সংলগ্ন কৰক
अर्थ : যাৰ বিষয়ে সকলো ঠিকে আছে বুলি মানি লোৱা হয়
उदाहरण :
এইখিনি প্রামাণিক বীজ তহচিলদাৰ পৰা তেওঁ নিজ গৃহৰ প্রমাণ-পত্র প্রমাণিত কৰিলে
पर्यायवाची : প্রামাণিক
अर्थ : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
उदाहरण :
ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
पर्यायवाची : সিদ্ধ