अर्थ : শৃংগাৰ কৰা বা সজোৱা কার্য
उदाहरण :
কৃষ্ণৰ দ্বাৰা ৰাধাৰ প্রসাধনৰ পিছত কাব্যখনৰ পৰিসমাপ্তি ঘটে
अर्थ : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
उदाहरण :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
पर्यायवाची : প্রসাধন সামগ্রী