अर्थ : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি
उदाहरण :
এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে
पर्यायवाची : আদবয়সীয়া, মধ্যবয়সীয়া, মধ্যবয়স্ক
अर्थ : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা
उदाहरण :
আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা
पर्यायवाची : আদহীয়া, মধ্যবয়সীয়া