पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से প্রয়োজন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

প্রয়োজন   বিশেষ্য

अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

उदाहरण : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

पर्यायवाची : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু

अर्थ : আৱশ্যক হোৱা অৱস্থা বা ভাব

उदाहरण : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই

पर्यायवाची : আৱশ্যকতা, দৰকাৰ

প্রয়োজন   বিশেষণ

अर्थ : যিহৰ প্রয়োজনীয়তা আছে

उदाहरण : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে

पर्यायवाची : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী

चौपाल