सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
उदाहरण : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
पर्यायवाची : ঠগ, প্রবঞ্চক
अर्थ : ঠগ-প্রৱঞ্চনা কৰোঁতা
उदाहरण : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
पर्यायवाची : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, বঞ্চক, ভণ্ড, শলাল
अर्थ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
उदाहरण : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
पर्यायवाची : ঠগ, ধূর্ত, প্রতাৰক, ্ছলনাকাৰী
इंस्टॉल करें