पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से প্রৱেশ দ্বাৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

প্রৱেশ দ্বাৰ   বিশেষ্য

अर्थ : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি

उदाहरण : প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ

अर्थ : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়

उदाहरण : তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল

पर्यायवाची : প্রৱেশ পথ, প্রৱেশদ্বাৰ

अर्थ : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ

उदाहरण : দুর্গটোৰ এইখন মুখ্যদ্বাৰ

पर्यायवाची : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ

चौपाल