पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰ   বিশেষ্য

अर्थ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ

उदाहरण : নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে

पर्यायवाची : অনাত্মীয়

अर्थ : যি আপোন নহয়

उदाहरण : পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে

पर्यायवाची : আনাত্মীয়

अर्थ : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি

उदाहरण : পৰ লোককো আদৰ কৰা উচিত

पर्यायवाची : অনাত্মীয়

পৰ   বিশেষণ

अर्थ : এটাক এৰি দি কোনোবা এটা

उदाहरण : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে

पर्यायवाची : অইন, অন্য, অন্যান্য, আন, বেলেগ

अर्थ : অন্যৰ সৈতে সম্পর্কিত

उदाहरण : পৰৰ কোনো বিষয়তে গুৰুত্ব দিয়া উচিত নহয় এইয়া লোকৰ সম্পত্তি

पर्यायवाची : আনৰ, লোকৰ

अर्थ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ

उदाहरण : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়

पर्यायवाची : অন্য, অন্যৰ, আন, আনৰ, পৰৰ, লোকৰ

चौपाल