अर्थ : দুখ, কষ্ট আদি ওলাই অহা
उदाहरण :
তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল
अर्थ : বেমাৰ হৈ বিছনাত পৰি থকা
उदाहरण :
ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে
अर्थ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা
उदाहरण :
ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে
अर्थ : উৎপন্ন হোৱা
उदाहरण :
আজি গাখীৰৰ ওপৰত মলাই পৰিল
अर्थ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা
उदाहरण :
এই গাড়ীখনত কিমান দাম পৰিল
अर्थ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???
उदाहरण :
তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল
पर्यायवाची : (বাগৰি পৰা, লুটি খাই পৰা)
अर्थ : প্রবিষ্ট হোৱা
उदाहरण :
ঘিউখিনিত চৰাইটো পৰিল
अर्थ : মাজত আহি যোৱা কার্য
उदाहरण :
এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা
अर्थ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা
उदाहरण :
তেওঁৰ মদ ্খোৱাৰ গতত পৰিল
अर्थ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা
उदाहरण :
গছৰ তলত বহুত গুটি পৰি আছে
अर्थ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা
उदाहरण :
তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে
पर्यायवाची : পৰি থকা