पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰাক্রম शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰাক্রম   বিশেষ্য

अर्थ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে

उदाहरण : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল

पर्यायवाची : বাহুবল, শাৰীৰিক শক্তি

अर्थ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

उदाहरण : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

पर्यायवाची : জোৰ, তেজ, বল, শকতি, শক্তি

अर्थ : বীৰ হোৱা অৱস্থা বা ভাব

उदाहरण : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত

पर्यायवाची : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ

चौपाल