अर्थ : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
उदाहरण :
কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
पर्यायवाची : কনডাক্টৰ
अर्थ : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
उदाहरण :
মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
पर्यायवाची : সঞ্চালক