पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰিজন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰিজন   বিশেষ্য

अर्थ : নিজ কুলৰ লোক

उदाहरण : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়

पर्यायवाची : আত্মীয়, কুটুম, কুটুম্ব

अर्थ : একেখন ঘৰৰে মানুহ

उदाहरण : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

पर्यायवाची : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল

পৰিজন   বিশেষণ

अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

उदाहरण : মনোহৰজী মোৰ আপোন খুৰা

पर्यायवाची : আত্মীয়, আপোন, স্বজন

चौपाल