सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য
उदाहरण : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে
पर्यायवाची : এৰা, ত্যাগ
अर्थ : কোনো কাম বা ঘটনাৰ পৰা পূর্ণৰূপে আঁতৰি থাকিবৰ কাৰণে কৰা কোনো কার্য
उदाहरण : তেওঁ সকলো কামতে পৰিত্যাগ কৰাৰ স্বভাৱ এটা আছে
पर्यायवाची : পৰি্বর্জন, পৰি্বর্জ্জন
अर्थ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য
उदाहरण : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল
पर्यायवाची : উৎসর্গ, এৰা, ত্যাগ
इंस्टॉल करें