पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰিধি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰিধি   বিশেষ্য

अर्थ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে

उदाहरण : পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে

पर्यायवाची : কক্ষ

अर्थ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

उदाहरण : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

पर्यायवाची : মণ্ডল

अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

उदाहरण : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

पर्यायवाची : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা, মেৰ

अर्थ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ

उदाहरण : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা

पर्यायवाची : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা

चौपाल