सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিষয় বা কথাৰ অন্তিম বা চৰম সীমা
उदाहरण : কোনেও নিজৰ অধিকাৰৰ পৰিসীমা লংঘন কৰিব নালাগে
अर्थ : যি ঠাইত সীমা শেষ হৈছে
उदाहरण : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা
पर्यायवाची : চৰমসীমা, শেষ সীমা, শেষসীমা, সীমান্ত
अर्थ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
उदाहरण : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
पर्यायवाची : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, বেষ্টনি, বেৰণ, বেৰা, মেৰ
इंस्टॉल करें