पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से পৰিস্থিতি शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

পৰিস্থিতি   বিশেষ্য

अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

उदाहरण : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

पर्यायवाची : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, হাল, হালত, ৰূপ

अर्थ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা

उदाहरण : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে

पर्यायवाची : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ

चौपाल