पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ফটা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ফটা   বিশেষ্য

अर्थ : কিছুমান সাপৰ শিৰ বহলাই গছৰ পাতৰ দৰে আকাৰ কৰা ৰূপ

उदाहरण : সাপডালে বীণৰ মাত শুনি তাৰ ফণা তুলি ইফালে-সিফালে ঘূৰিবলৈ ধৰিলে

पर्यायवाची : চকৰ, ফণা, ফেঁট, ্ফেণা

ফটা   ক্ৰিয়া

अर्थ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

उदाहरण : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

पर्यायवाची : ফাটি যোৱা

अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

उदाहरण : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

पर्यायवाची : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা

अर्थ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

उदाहरण : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

पर्यायवाची : ফাটি যোৱা

ফটা   বিশেষণ

अर्थ : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা

उदाहरण : মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে

चौपाल