पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ফাটি যোৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ফাটি যোৱা   ক্ৰিয়া

अर्थ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

उदाहरण : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

पर्यायवाची : ফটা

अर्थ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

उदाहरण : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

पर्यायवाची : আঁতৰি যোৱা, আঁ্তৰা, ফটা

अर्थ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

उदाहरण : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

पर्यायवाची : ফটা

अर्थ : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা

उदाहरण : জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়

पर्यायवाची : চিৰাচিৰ হোৱা

अर्थ : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা

उदाहरण : খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল

पर्यायवाची : চিৰাল ফটা দিয়া

चौपाल