अर्थ : যʼত ফুল ফুলি আছে
उदाहरण :
এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
अर्थ : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
उदाहरण :
চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
पर्यायवाची : ফুলাম
अर्थ : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
उदाहरण :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
पर्यायवाची : সপুষ্পক