पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ফুলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ফুলা   ক্ৰিয়া

अर्थ : কলি ফুললৈ সলনি হোৱা ৰূপ

उदाहरण : সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল

पर्यायवाची : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া

अर्थ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা

उदाहरण : আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল

अर्थ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা

उदाहरण : এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল

अर्थ : ফুলেৰে যুক্ত হোৱা ফুল ধৰা

उदाहरण : খেতি পথাৰত সৰিয়হ ফুলিছে

पर्यायवाची : পুষ্পিত হোৱা

चौपाल