अर्थ : কাৰোবাৰ পৰা কোনো বস্তু আনিবলৈ, বনাবলৈ বা কোনো কাম কৰিবৰ কাৰণে কোৱা বা অনুৰোধ কৰা কার্য
उदाहरण :
তেওঁ নৃত্যপটীয়সী গৰাকীক নিজৰ মনপচন্দৰ গানৰ ফৰমাইচ কৰিলে
पर्यायवाची : ফৰমাইচি
अर्थ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ
उदाहरण :
দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে
पर्यायवाची : অনুৰোধ