सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
उदाहरण :
पर्यायवाची : কুল, গোত্র, জাত, জাত-কুল, জাতি, বর্ণ, সম্প্রদায়, ্ জাত-পাত
अर्थ : একেজন পূর্বপুৰুষৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ সমষ্টি বা বর্গ
उदाहरण : উচ্চ বংশত জন্মগ্রহণ কৰিলেই কোনো উচ্চ হৈ নাযায়
पर्यायवाची : কুল, বংশ-কুল
अर्थ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
उदाहरण : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
पर्यायवाची : বাঁস, বাঁহ, বাঁহগছ
इंस्टॉल करें