सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আনৰ পৰা পাব লগা ধন বা টকা-পইচা আদি
उदाहरण : মহাজনে প্রতিমাহৰ পহিলা দিনা পাওনা লʼবৰ বাবে ঘৰলৈ যায়
पर्यायवाची : পাওনা, প্রাপ্যধন
अर्थ : কাৰোবাৰ জিম্মাত বাকী থাকি যোৱা ধনৰ অংশ
उदाहरण : তেওঁ বেংকৰ ্পৰা বকেয়া ধন আদায় কৰিলে
अर्थ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
उदाहरण : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
पर्यायवाची : বাকী
इंस्टॉल करें