सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বিষয়ত কিবা কোৱা
उदाहरण : আজি আচার্যই হিন্দু সংস্কৃতিৰ ওপৰত নিজৰ বক্তব্য ৰাখিলে
पर्यायवाची : বক্তব্য দিয়া, বক্তৃতা দিয়া, ভাষণ দিয়া
अर्थ : সভা আদিত শ্রোতাসকলৰ সন্মুখত কোনো বিষয়ে নিজৰ ভাব ব্যক্ত কৰা
उदाहरण : মুখ্য অতিথিয়ে অনুশাসনৰ মহত্ত্ব সম্পর্কত ভাষণ দিলে
पर्यायवाची : কথা কোৱা, ভাষণ দিয়া
इंस्टॉल करें