सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা
उदाहरण :
पर्यायवाची : কথোপকথন, ডায়লগ, সংলাপ
अर्थ : কোৱা কথা
उदाहरण : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
पर्यायवाची : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
अर्थ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য
उदाहरण : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে
पर्यायवाची : কথা, জবান
अर्थ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
उदाहरण : আনৰ ভাল লগা কথাহে কোৱা উচিত
पर्यायवाची : কথা, বাণী
अर्थ : কিবা কোৱা কার্য
उदाहरण : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
पर्यायवाची : কথন, কথা, বাক, বাচ্য
इंस्टॉल करें