अर्थ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
उदाहरण :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
पर्यायवाची : ৰোৱা
अर्थ : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা
उदाहरण :
কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো
पर्यायवाची : পচন্দ কৰা
अर्थ : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য
उदाहरण :
মায়ে চাউল বাচি আছে