अर्थ : বিপদ বা কষ্টত পৰিবলৈ নিদিয়া কার্য
उदाहरण :
চকীদাৰজনে গাঁওবাসীক চোৰৰ পৰা বচালে
पर्यायवाची : ৰক্ষা কৰা
अर्थ : সৰি পৰাৰ পৰা ৰক্ষা কৰা কার্য
उदाहरण :
তৃতীয় লক্ষ্যৰ পৰা পৰিবলৈ ধৰা লʼৰাটোক এজন যুৱকে বচালে
अर्थ : বাচিবৰ কাৰণে ঠাই দিয়া বা ৰক্ষা পাবলৈ প্রবৃত্ত কৰা
उदाहरण :
আকবৰে ফাটেহপুৰ সিকৰীক বচাইছিল
अर्थ : কামত অহা বা খৰচ হোৱাৰ পৰা ৰখোৱা
उदाहरण :
মনোহৰে কৃপণালী কৰি বহুত পইচা বচালে