पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বঢ়া शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বঢ়া   বিশেষ্য

अर्थ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

उदाहरण : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

पर्यायवाची : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

अर्थ : গণনা বা জোখ-মাপত অধিক হোৱা

उदाहरण : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

पर्यायवाची : অধিক হোৱা

अर्थ : থালী বা পাতত আহাৰ দিয়া কার্য

उदाहरण : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

पर्यायवाची : পৰিৱেশন কৰা, বিলোৱা

अर्थ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

उदाहरण : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

पर्यायवाची : উলিওৱা, কঢ়া

अर्थ : বর্ধন ্ কার্য

उदाहरण : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

पर्यायवाची : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

अर्थ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

उदाहरण : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে

चौपाल