पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से বদমাচ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

বদমাচ   বিশেষ্য

अर्थ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক

उदाहरण : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে

पर्यायवाची : গুণ্ডা, দাদা, বজ্জাত, বদমাছ

বদমাচ   বিশেষণ

अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

उदाहरण :

पर्यायवाची : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা

अर्थ : যিজনে বৰ উৎপাত কৰে

उदाहरण : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে

पर्यायवाची : উৎপতীয়া, খটাসুৰ, দুষ্ট

अर्थ : যি উপদ্রৱ কৰে

उदाहरण : তেওঁ এজন ্উৎপতীয়া ব্যক্তি

पर्यायवाची : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া

चौपाल