सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বর্ণ্্মালাৰ কোনো স্বৰ বা ব্যঞ্জন বর্ণ
उदाहरण : শিক্ষাৰ আৰম্ভণি আখৰৰ জ্ঞানৰ পৰা আৰম্ভ হয়
पर्यायवाची : অক্ষৰ, আখৰ, হৰফ
अर्थ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
उदाहरण :
पर्यायवाची : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, সম্প্রদায়, ্ জাত-পাত
अर्थ : হিন্দুসকলৰ চাৰি বিভাগ- ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র
उदाहरण : বর্ণ ব্যৱস্থাত ব্রাহ্মণৰ স্থান সকলোতকৈ ওপৰত
इंस्टॉल करें