सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বর্ত্্মান সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল
उदाहरण : আজি শিক্ষাগুৰুৱে আজি ্বর্ত্্মান কালৰ বিষয়ে বিতংভাৱে কʼলে
पर्यायवाची : বর্ত্্মান কাল
अर्थ : আধুনিক বা বর্ত্্মান সময়ত
उदाहरण : আজিকালি ভাৰত আৰু পাকিস্তানৰ সম্বন্ধ ভাল নহয় এতিয়া আগৰ নিচিনা সময় হৈ থকা নাই
पर्यायवाची : আজিকালি, এতিয়া
अर्थ : যিটো এই সময়ত হৈছে বা চলি আছে
उदाहरण : বর্ত্্মান সময়ৰ ব্যৱহাৰ কৰা, কিয়নো পাৰ হৈ যোৱা সময় কেতিয়াও উলটি নাহে
पर्यायवाची : অদ্য, আজি
इंस्टॉल करें