सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ফল, বীজ আদিৰ আৱৰণ
उदाहरण : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
पर्यायवाची : ছাল, ত্বক, বাকল, বাকলি
अर्थ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
उदाहरण : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
पर्यायवाची : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বাকলি, বৃক্ষত্বক
इंस्टॉल करें