सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
उदाहरण : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
पर्यायवाची : আই, আই ওলোৱা, পক্স, বসন্ত, বসন্ত ওলোৱা, শীতলা
अर्थ : গাৰ ছালত সৰু সৰু ফোঁহাৰ দৰে হোৱা এবিধ সংক্রামক ৰোগ
उदाहरण : সৰুআই হোৱা ৰোগীক সদায় চাফা ঠাইত ৰাখিব লাগে
पर्यायवाची : আই, সৰুআই
इंस्टॉल करें