अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
उदाहरण :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
पर्यायवाची : উঠোৱা
अर्थ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
उदाहरण :
ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
अर्थ : কোনো পদত কার্যনি্র্বাহ কৰা
उदाहरण :
চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
पर्यायवाची : আসীন কৰা