अर्थ : বিভিন্ন বৰণযুক্ত
उदाहरण :
লোকনৃত্য শিল্পীজন বহুৰঙী পোছাকেৰে সুসজ্জিত আছিল
पर्यायवाची : নানা-বৰণীয়া, ৰং-বিৰং
अर्थ : অনেক প্রকাৰৰ বা ভিন ভিন ধৰণৰ
उदाहरण :
বিদ্যালয় সমাৰোহত সৰস্বতী বন্দনাৰে বাৰেৰহণীয়া কার্যসূচীৰ শুভাৰম্ভ কৰিলে
पर्यायवाची : নানাৰঙী, বাৰেৰহণীয়া