सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : খুৰাৰ ছোৱালী
उदाहरण : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
पर्यायवाची : খুৰাৰ ছোৱালী, ভণ্টি
अर्थ : বয়সতকৈ ডাঙৰ ভনী
उदाहरण : মোৰ বাইদেউ অধ্যাপিকা
पर्यायवाची : বা, বাই
अर्थ : জেঠোদেউ বা পেহাৰ ছোৱালী
उदाहरण : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
पर्यायवाची : পেহাৰ ছোৱালী, ভণ্টি
अर्थ : মামাৰ ছোৱালী
उदाहरण : মোৰ মামাৰ ছোৱালী বেনাৰসত থাকে
पर्यायवाची : ভন্টি, মামাৰ ছোৱালী
अर्थ : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
उदाहरण : বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?
इंस्टॉल करें