अर्थ : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
उदाहरण :
এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
पर्यायवाची : একুৰি দুই, দ্বাবিংশতি
अर्थ : বিশ আৰু দুই
उदाहरण :
নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
पर्यायवाची : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, দ্বাবিংশতি