सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
उदाहरण : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
पर्यायवाची : প্রতিপাদন, ব্যাখ্যা
अर्थ : কিবা কোৱা কার্য
उदाहरण : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
पर्यायवाची : কথন, কথা, বচন, বাক
अर्थ : যিটো কোৱাৰ যোগ্য
उदाहरण : আপুনি এই কথাটোক লৈ কিয় ইমান মচগুল হৈছে, এইটো কথনীয় নহয়
पर्यायवाची : উচ্চাৰণীয়, কʼবলগীয়া, কথনীয়, কথ্য, কহতব্য, কহনীয়, বচনীয়
अर्थ : নিৰোপণ কৰাৰ যোগ্য বা বুজোৱাৰ যোগ্য
उदाहरण : এই কবিতাটোৰ প্রতিপাদ্য বিষয় কি?
पर्यायवाची : অভিধেয়, প্রতিপাদ্য
इंस्टॉल करें