अर्थ : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই
उदाहरण :
বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে
पर्यायवाची : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড
अर्थ : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়
उदाहरण :
তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে
पर्यायवाची : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান