अर्थ : খেল-ধেমালি আদিৰে বিভিন্ন ধৰণৰ কচৰৎ কৰা, ৰচীত খোজ কাঢ়ি দেখুৱাই মানুহক আমোদ দিয়া লোক
उदाहरण :
আজি আমি বাজীকৰৰ খেল চাবলৈ যাম
अर्थ : সাপ পোহা আৰু নচুৱা ব্যক্তি
उदाहरण :
বাজীকৰে বীণা বজাই সাপ নচুৱাই আছে
पर्यायवाची : সাপ নচুৱাওঁ্তা