सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
उदाहरण : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
पर्यायवाची : পথ, মার্গ, ৰাস্তা
अर्थ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
उदाहरण : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
पर्यायवाची : পথ, মার্গ, ্ ৰাস্তা
अर्थ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
उदाहरण :
पर्यायवाची : উপায়, চল, দাও, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
इंस्टॉल करें