सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
उदाहरण : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
पर्यायवाची : কায়দা, নিয়ম, সিদ্ধান্ত
अर्थ : ঋষি আদিৰ মান্য উপদেশ
उदाहरण : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
पर्यायवाची : মত, সিদ্ধান্ত
अर्थ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
उदाहरण : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
पर्यायवाची : মত, মতবাদ, সিদ্ধান্ত
इंस्टॉल करें