सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বাধা উৎপন্ন কৰা ব্যক্তি
उदाहरण : বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
अर्थ : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
उदाहरण : শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
पर्यायवाची : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী
इंस्टॉल करें