अर्थ : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা
उदाहरण :
শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে
अर्थ : বাধা প্ৰদান কৰা কাৰ্য
उदाहरण :
ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে
पर्यायवाची : হকা-বধা কৰা, হাক দিয়া
अर्थ : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা
उदाहरण :
মাধৱে সকলো কামতে গোলমাল লগায়
पर्यायवाची : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা