अर्थ : নিজক কৰা উপকাৰ মানি লোৱা লোক
उदाहरण :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
पर्यायवाची : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
अर्थ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
उदाहरण :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
पर्यायवाची : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য