अर्थ : বানত যাৰ ক্ষতিসাধন হৈছে
उदाहरण :
চৰকাৰে বানপীড়িত লোকসকলক যতদূৰ সম্ভৱ সহায়-সহযোগ কৰি আছে
पर्यायवाची : বানপীড়িত
अर्थ : যʼত বানপানী হয়
उदाहरण :
মন্ত্রী মহোদয়ে বানপীড়িত এলেকা পৰিভ্রমণ কৰিলে
पर्यायवाची : বানপীড়িত, বানবিধ্বস্ত