सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
उदाहरण : সোমবাৰ সপ্তাহৰ প্রথম দিন
पर्यायवाची : অহ্ন, দিন, দিৱস, বাসৰ
अर्थ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ
उदाहरण : এতিয়া ৰামৰ পাল
पर्यायवाची : নম্বৰ, পাল
अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
उदाहरण : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
पर्यायवाची : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ
अर्थ : মদ কিনিলৈ খোৱা ঠাই
उदाहरण : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়
पर्यायवाची : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়
अर्थ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
उदाहरण : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
पर्यायवाची : দফা
अर्थ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি
उदाहरण : এই ছবিখনৰ ফ্রেম লগাই দিয়ক
पर्यायवाची : ফ্রেম, বৃতি
अर्थ : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা
उदाहरण : ছয় আৰু ছয় মিলি বাৰ হয়
पर्यायवाची : দ্বাদশ, ১২
अर्थ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
उदाहरण : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
पर्यायवाची : কিস্তি, খেপ, দফা
अर्थ : দহ আৰি দুই
उदाहरण : নাৱত বাৰজন লোক উঠি আছিল
इंस्टॉल करें