अर्थ : যিজন ব্যক্তিৰ কোনো অংগই ভালদৰে কাম নকৰে
उदाहरण :
ইয়াত বিকলাংগসকলক শিক্ষা দিয়া হয়
पर्यायवाची : বিকলাংগ
अर्थ : যাৰ হাত বা ভৰিত বিকৃতি আছে
उदाहरण :
এই প্রতিযোগিতাত কেৱল বিকলাংগ লোকসকলেহে ভাগ লʼব পাৰিব
पर्यायवाची : বিকলাংগ